বুধবার, ২২ জুলাই, ২০২০

Important Rules and guidelines regarding Qurbani in Islam. Muslim

✅কুৰবানীৰ অতি গুৰুত্বপুৰ্ণ বিষয়, নিজেও উপকৃত হওক৷

#শিয়াৰ_কৰি_আনকো_উপকৃত_কৰক

#হত্যা_কৰি_কুৰবানী_কৰা_নাই_তো?

""#মাত্ৰ_এটা_সৰু_ভুলৰ_বাবে_বাতিলহৈ_যাব_পাৰে_আপোনাৰ_কুৰবানী।""
 ♦ #কুৰবানী_দাতাসকলোৰ_বাবে_এই_বিষয়টো_অতিকৈ_জৰুৰী।

💐 ঈমাম চাহাব জবেহ কৰি দিয়াৰ পিছত ১০-১৫ মিনিট সময় পলম নকৰি সামান্য এটা ভুল কৰাৰ বাবে, সম্পূর্নৰুপে বাতিলহৈ যাব পাৰে আমাৰ/আপোনাৰ  অত্যন্ত যত্নৰ সৈতে আদায়কৃত আল্লাহৰ মহান হুকুম কুৰবানী।

★ঈমাম চাহাব পশু জবেহ সম্পন্ন কৰি দিয়াৰ পিছত, এটা সৰু চোকা কটাৰীৰ দ্বাৰা জবেহৰ স্থানে খোঁচা-খোচি কৰাৰ এটা ছিষ্টেমৰ সৈতে আমালোকে কমবেছি প্রায় পৰিচিত, আমালোকৰ বহুতৰে ধাৰণা,ইৰাৰ মাধ্যমে পশুটোৰ দ্রুত মৃত্যু হয় আৰু কষ্ট কম পায়।
এই সৰু এটা ভুলৰ বাবেই আমালোকৰ কুৰবানী বৰবাদ কৰি দিয়াৰ বাবে যথেষ্ট।

★পশু জবেহ সহীহ হোৱাৰ চর্ত হল:-
পশুৰ অন্তত মূল তিনিটা ৰগ কাটি দিয়া। আৰু মূল তিনিটা ৰগ কাটি দিলেই, ৰক্তক্ষৰনৰ স্বাভাৱিক ফলস্বরৰুপ পশুটো অতি দ্রুত মৃত্যুহৈ যায়।

★আমালোক অলপ অতিৰিক্ত সোনকালে কৰিবলৈগৈ,পশুটোৰ মেৰুদণ্ডৰ ভিতৰত তীক্ষ্ণ চাকু ঢুকাই "মেৰুৰজ্জু বা স্পাইনাল কর্ড" বিচ্ছিন্ন কৰি দ্রুত মৃত্যু হোৱাৰ বাবে চেষ্টা কৰো। স্পাইনাল কর্ড বিচ্ছিন্নহৈ গলে পশুৰ মস্তিষ্ক, দেহৰ পৰা বিচ্ছিন্নহৈ যায় আৰু ইয়াৰ ফলত পশুটি হার্ট এটাক কৰি মৃত্যুহৈ যায়।অনেক সময় এইভাৱে দ্রুত পশুটোক শান্ত কৰিবলৈ গৈ, কুৰবানীৰ উদ্দেশ্য ব্যাহত হয় আৰু পশুটো জবেহ নহৈ, হত্যা হিচাবে পৰিগনিত হয়।

★চিকিৎসা বিজ্ঞানৰ দৃষ্টিতেও এই পন্থা অত্যন্ত গর্হিত এবং বিপদজনক। স্পাইনাল কর্ড কাটি গলে পশুৰ দেহৰ মাংসপেশীত তেজ জমাট বান্দি যায় আৰু ইয়াৰ ফলত মাংস দূষিতহৈ পৰে। এই মাংস ভক্ষন কৰিলে ক্যান্চাৰ, এইচবিএএছ, সহ ১৮ প্রকাৰ জটিল বেমাৰৰ সৃষ্টি হব পাৰে।

   জৱেহ কৰাৰ পিছত পশুটো সম্পুৰ্ণকৈ শান্ত নহোৱাৰ আগতেই আমি কটাৰী হাততলৈ পশুৰ ঠেঙৰ ৰগ কাটিবলৈ আৰম্ব কৰো৷ইয়াৰ ফলত পশুটো কষ্ট অনুভৱ কৰে আৰু ই এটা মাকৰূহ কাম৷

গতিকে কুৰবানী দাতা সকলোৰ ওচৰত বিনীত অনুৰোধ থাকিল যে, ১০-১৫ মিনিট সময় বচাবলৈ  গৈ দয়া কৰি আপনালোকে কুৰবানীটোক বৰবাদ হৈ যোৱাৰ সুযোগ নিদিব।



Please visit here
 https://www.youtube.com/channel/UCqrwnaPIOQflfjc6rUW9hrQ




copied

Which is actually my house? Married Woman story. আচলতে মোৰ ঘৰ কোনখন আই ??

 আচলতে মোৰ ঘৰ কোনখন আই ?? পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি "দোলাত পঠাইছো চাবি আইজনী... চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"... পতিয়ে ক...