রবিবার, ৫ এপ্রিল, ২০২০

Love Sex

Love Sex
Writer: Rahinur Mondal
নগ্নতাৰ এই ছবিখন চাই আপোনালোকে নিশ্চয় ভাবি আছে এইটো বেয়া পোষ্ট নহয়নে ,,,কিন্তু নহয় এইটো এটা বৰ ভাল পোষ্ট ।।
ছোৱালীৰ বাবে এইটো এটা বৰ গুৰুত্বপূৰ্ণ পোষ্ট ।।।বেয়া লাগিলে মোক ক্ষমা কৰিব।
বৰ্তমান সমাজৰ ল'ৰা ছোৱালীৰ নিজৰ দোষত নিজেই দোষী কিন্তু সেই দোষ সমাজৰ সকলোৰে ওপৰত  জাপি দিবলৈ চেষ্টা কৰে। 
             যেতিয়া বিফ( boyfriend) এ তোমাৰ পৰা বেয়া/ হঁট ফটো আৰু ভিডিঅ (hot photos and videos) খোজে তেতিয়া কি তোমাৰ মনত নাথাকে কাক কি দি আছা ? কিয় দিছা ? পণ্য সামগ্ৰী নেকি যিএ বিচাৰিব তাকে দিবা, দেখাবা??
       শুনা  ছোৱালী, যেতিয়া  Bf এ তোমাৰ কাপোৰৰ ভিতৰত হাত সোমোৱাই দি শৰীৰৰ বিভিন্ন অংগবোৰত স্পৰ্শ কৰে তেতিয়া তোমাৰ মনত নাথাকে নে,, কাৰ সম্পদ কাৰ বাবে উন্মুক্ত কৰি দি আছা??
          শুনা ছোৱালী, যেতিয়া তোমাৰ Bf ৰ লগত ঘন্টাৰ পিছত ঘন্টা একেলগে সময় কটোৱা,, তেতিয়া তোমাৰ মনত নাথাকে নে কাৰ সন্মান লৈ তুমি পথাৰত নামিলা নিজকে খোলা ৰাখি ??
       যেতিয়া  Bf ৰ লগত ধাবা/হোটেল/কাৰোবাৰ ফ্ল্যটত গৈ দুটা শৰীৰ একেলগে কৰি শুই থাকা তেতিয়া তোমাৰ মনত নাথাকে নে কাৰ সম্পদ কাক বিলাই দি আছা ???
নিজৰ ইচ্ছা মতে যেতিয়া নিজকে বিলাই দি আছা তেন্তে পিছত আকৌ সেইটোৰ বদনাম সকলো ল'ৰাক কিয় দিছা???
   এই ছোৱালী, এটা ল'ৰাৰ কাৰণে সকলো ল'ৰাক কিয় দোষী/বদনাম কৰিছা ??
         
           মজা কি মাথো ল'ৰাটোৱে লৈছে তুমি লোৱা নাই??  
ল'ৰাটোৱে যেনেকৈ অলপ সুখৰ কাৰণে তোমাক বিচাৰিছে ঠিক তেনেকৈ তুমিও বিচাৰিছা সেই সুখৰ ভাগীদাৰ হবলৈ,,আৰু সেই অকনমান সুখৰ কাৰণে অতি সহজে নিজকে শিয়াল-কুকুৰৰ খাদ্য বনালা,,,,,,,,
      আৰে নিজৰ ভালটো তো এটা পাগলেও বুজি পায়, আৰু তুমি ছিঃ ছিঃ ছিঃ কোনোবাই বিচৰাৰ লগে লগে শুই পৰিলা ।
      কেতিয়াও কি ভাবি ছাইছা নে যাক তুমি তোমাৰ  সকলো দি দিলা তাৰ লগত যদি তোমাৰ বিয়া নহৈ বেলেগৰ লগত হয়  তেতিয়া তাক কি দিবা  ??
        
কি থাকিব তোমাৰ কাষত ,তোমাৰ স্বামীক দিয়াৰ বাবে??
       তেতিয়া কি তোমাৰ লাজ নালাগিব নষ্ট এটা শৰীৰ লৈ বোৱাৰী হৈ স্বামীৰ আগত বহি থাকিবলৈ??

তুমি জানানে,,
  ঈদৰ চাঁদ দেখি  মানুহে যিমান হেপ্পি হয় সিমান হেপ্পি ঈদৰ দিনটোত কিন্তু নহয় ।। 

কিয় জানানে?
কাৰন ... ঈদৰ দিন মানে ঈদ শেষ।
 আৰু চঁন্দ্ৰ দেখা মানে কালি ঈদ, এইটো ভাবিয়েই সুখত বুকুখন ভৰি যায় ।।।

                 ঠিক তেনেকৈ যিয়ে তোমাক বিয়াৰ আগতেই পায় গৈছে তাৰ আকৌ কিয় দৰকাৰ হব তোমাক বিয়া পাতিবলৈ ।
    সেয়ে যাৰ লগত সম্পৰ্ক কৰিবা ভাবি-চিন্তি সুন্দৰ মনৰ এজন মানুহৰ লগত কৰিবা ।।
   আজিৰ যুগত ল'ৰবোৰতকৈ কিছুমান ছোৱালী এখোজ আগুৱাই যোৱা দেখা যায় ল'ৰাবোৰে যদি ছোৱালীৰ লগত প্ৰেম কৰি থকা অবস্থাত শাৰিৰীক সম্পৰ্ক (sex) নকৰে তেন্তে ছোৱালীৱে সেই ল'ৰাৰ লগত লাহে লাহে সম্পৰ্ক ভাঙি দিয়ে। (break up)
         অৱশেষত কৈছো, যদি কোনোবাই বেয়া পায় তেন্তে মোক ক্ষমা কৰিব।।

My YouTube channel link::
https://www.youtube.com/channel/UCqrwnaPIOQflfjc6rUW9hrQ

My Facebook page Link::
https://www.facebook.com/Rahinur88/

Please visit my YouTube channel and subscribed and Follow my Facebook page
Rahinur Mondal
Rahinur Mondal

৪টি মন্তব্য:

Which is actually my house? Married Woman story. আচলতে মোৰ ঘৰ কোনখন আই ??

 আচলতে মোৰ ঘৰ কোনখন আই ?? পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি "দোলাত পঠাইছো চাবি আইজনী... চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"... পতিয়ে ক...