মঙ্গলবার, ৯ জুন, ২০২০

এজন পুৰুষৰ জীৱনটো কি?

 এজন পুৰুষৰ জীৱনটো কি?


ফেচবুক বা বিভিন্ন সামাজিক মাধ্যমত নাৰীক লৈ লিখা পোষ্ট প্ৰায় পঢ়িবলৈ পাওঁ।  পুৰুষৰ কথা সাধাৰণতে বেছি লিখা নহয়। সেয়ে আজি এই পোষ্টটো শ্বেয়াৰ কৰিলো। ছোৱালী, বোৱাৰী (মহিলা)সকলে মনযোগ দি পঢ়ি চাবছোন—
☞ এজন পুৰুষৰ জীৱনটো কি.?
                    আচলতে পুৰুষ হৈছে ভগৱানে সৃষ্টি কৰা এনেকুৱা এটা জীৱ,  যি কেৱল ত্যাগ আৰু বুজাবুজিৰেই জীৱনটো চলিব লাগে।
‌যি আনৰ দায়িত্ব লৈ লৈ পাহৰি যায় যে নিজৰো এটা জীৱন আছে।
‌সৰুতেই চকলেটটো ত্যাগ কৰে ভনিয়েকৰ বাবে।
‌নিজৰ সপোনবোৰ ত্যাগ কৰে মাক-দেউতাকৰ সুখৰ বাবে।
‌নিজৰ মানিবেগটো খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাক সন্তুষ্ট কৰিবৰ বাবে।
‌গোটেই জীৱন উপাৰ্জন কৰে কেৱল পত্নী আৰু সন্তানৰ সুখৰ বাবে।
‌বেঙ্কৰ পৰা ঋণ লয় নিজৰ পৰিয়ালটোৰ সুখৰ বাবে,  কিন্তু সেই ঋণ ঘুৰাওতেই পাৰ হয় গোটেই জীৱন।
‌তাৰ উপৰিও তেওঁ নিজৰ পত্নী, মাক আৰু অফিচৰ বচৰ পৰা গালিবোৰ আছেই।
‌ইফালে গোটেই জীৱনটো পত্নী,  মাক,  শাহু আৰু অফিচৰ বচ্। এই সকলে নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে।
                     মুঠতে গোটেই জীৱনটো আনৰ বাবেই ত্যাগ কৰোতে যায়।
এতিয়া অন্য এক দৃষ্টিৰে পুৰুষ কি শুনক —
🔹পত্নীৰ পৰা মাৰ খালে কয় — "কাপুৰুষ"।
🔹পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘুৰা দেখি কিবা এটা কোৱা হয়, তেতিয়া কয় — "সন্দেহবাদী"।
🔹একো নকলে কয় — "ভয়াতুৰ"।
আকৌ যদি ...…
🔹ঘৰৰ বাহিৰত দেৰিলৈকে থাকিলে কয় — "ধিতিঙালি কোবাই ফুৰা"।
🔹যদি ঘৰতে সোমাই থাকে কয় — "ঘৰ গোনা"।
🔹ল'ৰা ছোৱালীক শাসন কৰি খং কৰিলে কয় — "বৰ মতা"।
🔹শাসন নকৰিলে কয় — "গুৰুত্ব নিদিয়া"।
🔹যদি পত্নীক চাকৰি কৰিবলৈ বাধা দিয়া হয় তেতিয়া কয় — "ঠেক মগজুৰ"।
🔹ইফালে চাকৰি কৰিবলৈ দিলে কয় — "মাইকীৰ টকাৰে চলা"।
🔹কেনেবাকৈ পত্নীৰ মাকৰ কথাত চলিলে কয় — "চমচাগিৰি"।
🔹পত্নীৰ কথাত চলিলে কয় — "তিৰোতা সেৰুৱা"।
                    তথাপিও গোটেই জীৱনটো বুজাবুজি, ত্যাগ সংঘৰ্ষৰ মাজেৰেই পাৰ কৰা পিছতো নিজৰ বাবে একো নিবিচাৰে এজন পুৰুষে।
বিচাৰে মাথো পৰিয়ালৰ পৰা এটি মিঠা হাঁহি আৰু এটি মিঠা মাত।
সেইবাবেই পুৰুষক সদায়ে সন্মান কৰিব লাগে।
এজন পুৰুষ কাৰোবাৰ পুত্ৰ, কৰোবাৰ ককাই, কাৰোবাৰ ভাই, কৰোবাৰ প্ৰেমিক, কৰোবাৰ জোৱাই বা কৰোবাৰ দেউতাক হব পাৰে।
কিন্তু তেওঁৰ জীৱনটো সদায় এটা সংঘৰ্ষৰে জৰ্জৰিত।
—————————————
এগৰাকী নাৰীৰ বিষয়ে লিখিলে সকলোৱে আৱেগিক হৈ পোষ্ট শ্বেয়াৰ কৰে। এতিয়া এজন পুৰুষ প্ৰতি সন্মান জনাই এই পোষ্টটো কিমান শ্বেয়াৰ হয় চাওঁচোন।

Please visit my YouTube channel. "Brain Power8"
#brainpower8
Facebook page: Brain power8
Website:www.brainpower8.com

বুধবার, ৩ জুন, ২০২০

Break up Love story

           Break up Love story

তোমাক এনেকৈ সাৱতি ধৰাৰ কাৰণে হ'লেও সদায়ে এবাৰ কৰি ব্রেকাপ কৰিব লাগিব!ব্রেকাপৰ দুদিন পাছত সি গৈ হঠাৎ তাইক জোৰ কৰি সাৱতি  ধৰিলে...!

তাই চমক খাই উঠি পিছলৈ চাই  দেখিলে ল'ৰাটোৱে তাইক ধৰি আছে...! তাই অবাক হয় গ'ল...!
YouTube link:
https://www.youtube.com/channel/UCqrwnaPIOQflfjc6rUW9hrQ

যিতো ল'ৰাই ৰিলেশ্বন থকা অৱস্থাত তাইৰ হাতত ধৰিবলৈ গলে ভয়ত  হাত কঁপে...! সেই ল'ৰাটোৱে তাইক শক্ত কৰি সাৱতি ধৰিছে, তাকো আকৌ  ব্রেকাপৰ পাছত...!

ছোৱালীজনীয়ে নিজকে তাৰ পৰা এৰাই নি
চকু মুখ কঠোৰ কৰি কলে...!

ছোৱালীঃ কি হৈছে এই বিলাক...?

ল'ৰাঃ সৰল ভাবে উত্তৰ দিলে, ভাল পাওঁ সেয়ে তো...!

ছোৱালীঃ খঙত কলে, খবৰদাৰ বদমাচ ল'ৰা, মোৰ কাষলৈ বদমাচি  কৰিব নাহিবা ...!

ল'ৰাঃ এইবাৰ আৰু সৰল ভাবে কলে, ভালপাওঁ, বদমাচি কৰিম কিয় ...!

ছোৱালীঃ আৰু  অলপ খঙত কলে, কাক  ভাল পোৱা হা?‌‌ ব্রেকাপ হোৱা পাছত কি ভালপোৱা থাকিব পাৰে নেকি হা...! তোমাৰ নিচিনা বদ অভ্যাসৰ ল'ৰা মই আৰু অলপো ভাল নাপাও । তোমাৰ  মোৰ কোনো সম্পর্ক নাই...!

ছোলালীজনীৰ খং  দেখি ল'ৰাটোৱে ভয়তে
মিনমিন কৰি কলে...

ল'ৰাঃ এহ্ কলেই হ'ল আৰু ভাল নাপাওঁ ..!ভালপোৱা কি ইমান সস্থা নেকি যে ব্রেকআপ কলেই  শেষ  হৈ যাব...!

ল'ৰাটোৰ মিনমিন কথা শুনি তাই চকু ৰঙা কৰি কলে...

ছোৱালীঃ কি কৈছা তুমি...?

ল'ৰাঃ নাই মানে কৈছিলো কি ব্রেকআপ তো তুমি কৰিছা, সেয়ে মোৰ কাৰণে তোমাৰ মনত কোনো ভালপোৱা নাই...! কেৱল খং আছে...! তেন্তে মোৰ বৰ বেছি  এটা সমস্যা নহব...! মোৰ মনত যি পৰিমানৰ ভালপোৱা  আছে সেইটো তোমাৰ খঙৰ লগত পাল্লা দি সুন্দৰ কৰি চলি যাব দুইজনৰ...! খং অভিমান ভাল পোৱা হব আমাৰ...!

ল'ৰাটোৰ কথা শুনি ছোৱালীজনী খং অলপ কমি যায়...!

(এই পাগল ল'ৰাটোক যি খং কৰিলে  কি পৰিমানৰ ভাল পাই তাই..! সেইটো কোনো দিনেও পাগল ল'ৰাটোক বুজিব নিদিয়ে তাই...এইটো ডাঙৰ সমস্যা!)

ছোৱালীঃ পুনৰ উচ্ছ কণ্ঠত কলে, খবৰদাৰ মোৰ আশে পাশে ঘুৰি নাহিবা ! তোমাৰ লগত যি  আছিল সব শেষ! এতিয়া ধনি ঘৰৰ ল'ৰা এটা  কিছু দিন ধৰি মোৰ পিছত ঘুৰিছে! সিদিনা  তো প্রোপজো কৰিছে! ভাৱি আছো আৰু আজি
প্রোপজেলটো এক্সেপ্ট কৰিম...!

তাইৰ কথা শুনি ল'ৰাটোৰ চেহেৰাত কষ্টৰ এক ছাপ ফুটি উঠিল! চকু দুটা ছল ছল হৈ উঠিল!
অসহায় দৃষ্টিয়ে তাইৰ ফালে চাই থাকিল!
ছোৱালীজনীয়ে খুব ভালকৈ বুজিব পাৰিছে
তাইৰ কোৱা মিচা কথাটোৱে ল'ৰাটোৰ ভিতৰত  আঘাত কৰিছে...!

ছোৱালীজনীৰ ভীষন মায়া হয়, চকু পানী ওলাই আহিল! অনেক কষ্টত চকু পানী চেপি ল'ৰাটোলৈ  চাই থাকিল...!

ল'ৰাঃ  এটা হাঁহি মাৰি কলে, সেইটো তো বহুত  সময় আগৰে কথা..! এই কেইদিনত নহয়...!
উহু মোক তোমাৰ ভালপোৱা দিব নালাগে...!
কেৱল তোমাক ভালপাবলৈ বাধা নিদিবা না প্লিজ...!

তুমি যেতিয়া ভালপাই সেই ল'ৰাটোৰ হাতত ধৰিবা, তেতিয়া মই লাহেকৈ হাৰি  যাম...!
আৰু কোনোদিনেই তোমাৰ কাষলৈ নাহিম...!

ল'ৰাটোৰ কথা শুনি তাই আৰু চকুলো চেপি ৰাখিব নোৱাৰিলে...! উচুপি কান্দি দিলে...!

ছোৱালীঃ হাতৰ আঙুলি দেখুৱাই তাক কলে, আৰু কোনোবা দিনা যদি মোক কষ্ট দিয়া
বদমাচ ল'ৰা চাই লবা তোমাক মই কি কৰিম...!

তাইৰ কথা শুনি সি সেমেকা চকুৱে তাইক চাই থাকে...!

ছোৱালীঃ ধমক দি কলে, চাই আছা কিয়? সাৱতি ধৰা আগতকৈও বেছি শক্ত কৰি...!

তাইৰ কথা শুনি পাগল ল'ৰাটোৱে লাজত মূৰ তললৈ কৰি থাকে...!

ছোৱালীঃ  চকু মচি মচি কলে, কি হল ধৰা নাই কিয়...?

ল'ৰাঃ লাহেকৈ  কলে, মোৰ  ভীষন লাজ লাগিছে...!

ছোৱালীঃ চকু ৰঙাকৰি কলে, তেতিয়া ধৰিলা কেনেকৈ ...?

ল'ৰাঃ তেতিয়া তো তোমাক হেৰুৱাৰ ভয়টে ইমান তীব্র আছিলো, যি লজ্জা ভয় কোনোটোৱেই কাম কৰা নাছিল..!

ল'ৰাৰ কথা শুনি তাইৰ চকু আকৌ সেমেকি  উঠিল...!

ছোৱালীঃ সেমেকা চকুৰে  ল'ৰাটোৰ কলাৰত চেপি কলে, এতিয়া যদি তুমি মোক  সাৱতি নধৰা, চিৰদিনৰ কাৰণে ব্রেকাপ কৰি গুচি যাম...!

ল'ৰাঃ চিৎকাৰ কৰি কলে, এই নহয় নহয় ধৰিলো ধৰিলো  সাৱতি..! তাইক খুব শক্ত কৰি সাৱতি ধৰিলে...! আৰু

ছোৱালীঃ তাই তাৰ বুকত  মুখ লুকুৱাই মনে মনে কলে, তোমাক এনেকৈ সাৱতি ধৰাৰ কাৰণে হলেও সদায়ে এবাৰ কৰি ব্রেকাপ কৰিব লাগিব  বদমাচ ল'ৰা..... 🌹🌹🌹
My Facebook page: :"Brain Power8"

हार्दिक पांड्या (Hardik Pandya) और नताशा स्टेनकोविक (Natasa Stankovic) pregnancy image share on social media

हार्दिक पांड्या (Hardik Pandya) और नताशा स्टेनकोविक (Natasa Stankovic)

ने हाल ही में अपने इंस्टाग्राम पोस्ट के जरिए फैंस को बताया कि उनके घर नन्हा मेहमान आने वाला है। हार्दिक पांड्या ने अपनी और नताशा की तस्वीरें पोस्ट करते हुए कहा था, "नताशा और मेरा सफर बेहद ही अच्छा रहा है और अब यह आगे बहुत अच्छा होने वाला है।"

Muslim and non Muslim


"মানসিকতা "

হাৰ্দিক পান্ডিয়াৰ পত্নী নতশা বিয়াৰ আগতে গৰ্ভৱতী হৈছে। দেশৰ সকলো মানুহে অভিনন্দন জনাইছে। কিন্তু জফুৰা জৰগৰ বিয়াৰ পিছত গৰ্ভৱতী হৈছিল, কিন্তু দেশৰ মানুহে বিভিন্ন ধৰণৰ তুচ্ছতাচ্ছিল্য, ট্রল, বেয়া  গালিগালাজৰে অভিনন্দন জনাইছিল। আচলতে ইয়াৰ মুল উদ্দেশ্য কি? আৰু এইধৰণৰ মানসিকতা মানুহৰ কৰ পৰা আহে, কিয় আহে?...... এই বিদ্বেষ কাৰ ওপৰত... জ্ঞানী লোকে নিশ্চয়ই বুজিছে.. 😢

মহিলা এজনী  যি ধৰ্ম নহক কিয় তাইক সন্মান কৰা আমাৰ দেশৰ প্রতিজন নাগৰিকৰ কৰ্তব্য। মহিলা হোৱা বহুত কঠিন কাম এই পৃথিবীত 🥺 লৰা এজন যিমানেই ভুল নকৰক কিয় সমাজে তাক সহজে মানি লয় কিন্তু মহিলাই কিবা এটা সৰু ভুল কৰিলে সহজে মানি নলয়  কোনেও। সেইকাৰণে মহিলাৰ আত্মসম্মান লৈ খেলা কৰিব নালাগে। নহলে মহিলাৰ আত্মহত্যাৰ পথ বাচি লবলৈ বেছি সময় নালাগে। 🙏
হাৰ্দিক পাণ্ডে নহয় হাইদৰ,হাফিজ,হামেদ হ'ব লাগিছিল,দেখিলে হৈ আজি,কাণৰ ফুটাত সোপা দি তত নাপালে হৈ, একাংশ সাংবাদিকৰ বাবে,ছিহ লেতেৰা মানুহ 😡লাজ লগা নাই নে তহতৰ? কিমান আৰু দেখুৱাবি ভণ্ডামি,তহতৰ ভণ্ডামি আমি বুজো কিন্তু আমি মানৱতা আৰু মহানুভৱতা বুজি পাওঁ সেয়ে আমিবোৰে তহতৰ দৰে হ'ব নোৱাৰিলোঁ,

डीजे वाले बाबू' गाने से मशहूर हुईं थीं हार्दिक पांड्या की मंगेतर नताशा,


Jafura and her husband

 Natasha and her ex boyfriend Ali Goni
Natasha and her present boyfriend

Which is actually my house? Married Woman story. আচলতে মোৰ ঘৰ কোনখন আই ??

 আচলতে মোৰ ঘৰ কোনখন আই ?? পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি "দোলাত পঠাইছো চাবি আইজনী... চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"... পতিয়ে ক...