বুধবার, ২০ মে, ২০২০

কেনেকৈ ভাল ছোৱালীৱে জীবন সংগী বা BF বা স্বামী বাচনি কৰে।

 কেনেকৈ ভাল ছোৱালীৱে জীবন সংগী বা BF বা স্বামী বাচনি কৰে।

,,অন্তৰ চুইযোৱা কাহিনী,,,,

লৰাজন দেখাত বহুত সুন্দৰ আৰু সহজ-সৰল আছিল,লৰাজন এটা দোকানত কাম কৰে,
লৰাজনৰ  দৰমহা হল 6000 টকা,

লৰাজনৰ দোকানৰ কাষেৰে এজনী ছোৱালী প্রতিদিন স্কুললৈ যায়,ছোৱালীজনী দেখাত বহুত ধুনীয়া আছিল,

এদিন হঠাতকৰে লৰাজনে ছোৱালীজনীক দেখিলে,
এনেকৈ 20 দিন লৰাজনে চায় থাকিল,,,,,

এদিন ছোৱালীজনীয়ে গম পালে,যে লৰাজনে মোক Flow কৰি আছে,কিন্তু ছোৱালীজনীয়েওঁ লৰাজনক লক্ষ্য কৰে,ছোৱালীজনীয়ে লৰাজনৰ ব্যাৱহাৰ দেখি মুগ্ধ হল,ছোৱালীজনী লৰাজনৰ প্রেমত পৰিল,কিন্তু ছোৱালীয়ে বুজি পালে যে লৰাটোৱে মোক ভালপায়,

এদিন ছোৱালীজনীয়ে লৰাজনৰ দোকানৰ সন্মুখত থিয় হৈ থাকিল,,তেতিয়া দুপুৰীয়াৰ এমুঠি খোৱাৰ কাৰনে লৰাজন বাহিৰলৈ ওলাই আহি এখন চাহৰ দোকানত গৈ 10 টকাৰ ৰুটি খাই আহিল,তেতিয়া ছোৱালীজনীয়ে লৰাজনৰ ওচৰত গল,আৰু কলে

ছোৱালী=Hi,,তোমাৰ নাম কি,তুমি ভাত নাখালা
        কিয়,ৰুটি খাই সময় পাৰ কৰিব পাৰিবা জানো

তেতিয়া ছোৱালীজনীক দেখি লৰাজনে অবাক হৈ গল,,লৰাজনে কলে,,,,

লৰা=মোৰ নাম ৰাহুল,মই ভাত খালে,মোৰ মাক
        আৰু সৰু ভন্টিক কি খোৱাম,,,

ছোৱালীজনী শিক্ষিত লগতে ভদ্ৰ, নম্ৰ গুণৰ আছিল বাবে.ৰাহুলৰ সকলো কথা বুজি পালে,ছোৱালীজনী ৰাহুলৰ হাত ধৰি কলে,,,,

ছোৱালী=তুমি যে মোক ভালপোৱা,বিয়া পিছত
             মোক কি খাবলৈ দিবা,,

ৰাহুল=মই তোমাক ভালপাওঁ সচা,কিন্তু বিয়া
          কৰিবৰ যোগ্যতা মোৰ নাই,এইটো সচা
          তোমাক দেখাৰ লগে-লগে মোৰ মনৰ পৰা
          বহুত ভাল লাগে, সেই কাৰনে তোমাক চাই
          থাকো,,

 ৰাহুলৰ কথা শুনি ,ছোৱালীজনীৰ চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে,ছোৱালীজনীয়ে ৰাহুলৰ চৰিত্র বুজি পালে,অনুভব ভাল,,,

ছোৱালীজনী গুচি গল,ৰাতি 10 বজাত ছোৱালী
জনী অসুস্থ হয়,পিছদিনা ছোৱালীজনীক হস্পিতালত লৈ গল,ডাক্টৰে কলে,ছোৱালীজনীৰ দুয়োটা কিডনি বেয়া হৈছে,

তেতিয়া ছোৱালীজনীৰ দেউতাকে তেওঁৰ বন্ধুৰ লৰাটোক কল কৰিলে,যাৰ সৈতে ছোৱালীজনীক বিয়া দিবলৈ পাগল,কিন্তু ছোৱালীজনীৰ দেউতাকৰ পছন্দৰ লৰাক বিয়া কৰিব নোখোজে,কাৰন লৰাজনৰ টকা  আছে কিন্তু স্বভাৱ-চৰিত্র বেয়া,লৰাজন আছিল নাৰীৰ পাগল,,,

অলপ পিছত বন্ধুৰ লৰাজন আহিল,বন্ধুৰ লৰাজনক সকলো কথা কলে,,কিডনি বিছাৰি নাপালে,তেতিয়া দেউতাকে বন্ধুৰ লৰাজনক কলে,,

দেউতা= তোমাৰ দেহৰ পৰা ছোৱালীজনীক কিডনি
          এটা দিয়া,তুমিতো মোৰ ছোৱালীজনীক বহুত
          ভালপোৱা।ছোৱালীজনীক পালে তুমি ভাল
          হৈ যাবা বুলি কৈছিলা,তেনেহলে আজি প্রমান
          দিয়া,,

বন্ধুৰ লৰা=মই আপোনাৰ অসুস্থ্য ছোৱালীক বিয়া
                নকৰো,মই বেলেগ ছোৱালী বিছাৰিম,
                লৰা তাৰ পৰা গুচি গল,

দেউতা তেতিয়া কান্দি কান্দি ছোৱালীজনীক সকলো কথা কলে,,,ছোৱালীজনীয়ে কলে,,পাপা আপুনি নাকান্দিব,,,উপায় এটা আছে,পাপা আপুনি এটা কাম কৰক,,,আমাৰ স্কুলৰ কাষত এটা এটা ডাঙৰ দোকান আছে,,তাতে ৰাহুল নামৰ এজন লৰা আছে,,তেওঁক মোৰ কথা কওঁক,,,

(এটা ভিডিঅ জীৱনৰ লক্ষ্য বিয়া পাতিম
https://youtu.be/Mi7n0PkV6Tc)

কিছু সময়ৰ পিছত দেউতাকে  ৰাহুলক লৈ আহিল,
ছোৱালীজনীক অসুস্থ্য অৱস্থাত দেখি ৰাহুলৰ চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে,কাৰন দেউতাকে সকলো কথা ৰাহুলক কলে,,,

তেতিয়া ছোৱালীজনীয়ে ৰাহুলক সুধিলে,,

ছোৱালী=তুমি মোক কিডনি এটা দিবানে,
ৰাহুল= হুম,কিডনি দিবলৈ মই আহিছো,
ছোৱালী=কিডনিৰ বিপৰীতে তোমাৰ কি লাগে,

ৰাহুল= তুমি সুস্থ হৈ দোকানৰ কাষেদি স্কুললৈ যাবা,
            মই প্রতিদিন তোমাক দুৰৰ পৰা চাই থাকিম,
           এইখিনিয়েই মোৰ ভাবে যথেষ্ট,,

ৰাহুলৰ কথা শুনি ছোৱালীজনী,আৰু দেউতাকে চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে,অৱশেষত ছোৱালীজনী বিচনাৰ পৰা উঠি ৰাহুলৰ দুখন ভৰি সাৱটি ধৰি কলে,মোৰ জীৱন তুমিয়েই বচাব পাৰিবা,,তোমাৰ বাহিৰে মোৰ জীৱন কোনেওঁ বচাব নোৱাৰে,,।

তাৰপিছত ছোৱালীজনীয়ে কলে,মোৰ কোনো কিডনি বেয়া হোৱা নাই,এই সকলো আছিল মই বনোৱা এখন নাটক,মই ভবামতেই সকলো  হল,,,

তুমিয়েই মোৰ পতি হোৱাৰ যোগ্য,,,

ভাল লাগিলে Share কৰক,,

YouTube channel and Facebook page Link please subscribed and Follow me
https://www.youtube.com/channel/UCqrwnaPIOQflfjc6rUW9hrQ

https://www.facebook.com/Rahinur88/

1 টি মন্তব্য:

Which is actually my house? Married Woman story. আচলতে মোৰ ঘৰ কোনখন আই ??

 আচলতে মোৰ ঘৰ কোনখন আই ?? পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি "দোলাত পঠাইছো চাবি আইজনী... চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"... পতিয়ে ক...