বুধবার, ২০ মে, ২০২০

যি পুৰুষে বেশ্যাক ঘৃণা কৰে

 যি পুৰুষে বেশ্যাক ঘৃণা কৰে

সেই পুৰুষ ৰাতিৰ আন্ধাৰত বেশ্যাক বুকুত সাবটি ধৰে ...
:👉যি লৰাই প্ৰেমত প্ৰতাৰিত হৈ ছোৱালী বোৰক গালি পাৰে ...
কিছুদিন যোৱাৰ পিছত সেই লৰাই আকৌ প্ৰেমত পৰে ...
:👉চলচিত্ৰৰ আটাইতকৈ ভাল ছোৱালীজনীৰো দুই দিন যোৱাৰ  পিছত ভিডিও ভাইৰাল হয়...
:👉ৰাস্তাৰ পাগলী জনীৰ পেটত ও বাচ্চা জন্ম লয় ...
:👉মাকৰ বুৰ্বক লৰাজনেও  প্ৰেমত পৰে ...
:👉মা-দেউতাৰ চকুৰ গৰমত কান্দি দিয়া ছোৱালী জনীও ৰাতি লুকাই লুকাই ঢেঁকীয়া শাক বুটলিব যায় ...
:👉12 বছৰৰ লৰা জনেও কয় তেওঁৰ অবিহনে জীয়াই থাকিব নোৱাৰিম...
:👉10 বছৰৰ ছোৱালী জনীও Status দিয়ে অতীত পাহৰি যাব বিছাৰো ...
:👉প্ৰতিদিন কোনোবাই ধৰ্ষিত হৈ কান্দি চকুৰে পানী বৈ যায়...
আকৌ কোনোবাই মান সন্মান পাহৰি দেহৰ ক্ষুধা পূৰণ কৰে ...

:👉কাক দোষ দিব কওক ...
দিন শেষত এখেত সকলোক লৈয়ে আমাৰ সংসাৰ ...
নাৰী চলনাময়ী, নাৰী বেইমান ...
পুৰুষ স্বাৰ্থপৰ, পুৰুষ বিশ্বাসঘাতক...
:👉আনৰ ভনীজনী মাল,
নিজৰ ভনীজনী কলিজাৰ টুকুৰা ...
:👉আনৰ ভাইয়ে লুইচ্চা লাভাংগা,
নিজৰ ভাইয়ে ফেৰেস্তা...
:👉শকত নহয় ,ক্ষীণ নহয় , মেন্টাল নহয়...
এই অদ্ভুত মানুহ জাতিটোৱে মাতাল ...!

যিয়ে নহক, নিজে ভাল হলেই জগত ভাল,
:👉দৃষ্টি ভংগী সলনি কৰক জীৱনটো অটোমেটিক সলনি হৈ যাব খাটাঙ ...😍😍😍

YouTube channel and Facebook page same name "Brain Power8" and link

https://www.youtube.com/channel/UCqrwnaPIOQflfjc6rUW9hrQ

https://www.facebook.com/Rahinur88/

1 টি মন্তব্য:

Which is actually my house? Married Woman story. আচলতে মোৰ ঘৰ কোনখন আই ??

 আচলতে মোৰ ঘৰ কোনখন আই ?? পিতাইৰ ঘৰ এৰোঁতে তই কৈছিলি "দোলাত পঠাইছো চাবি আইজনী... চাৰি কান্ধত উঠিহে সেইখন ঘৰৰ পৰা ওলাবি"... পতিয়ে ক...